unfoldingWord 22 - যোহনৰ জন্ম

रुपरेखा: Luke 1

भाषा परिवार: 1222

भाषा: Assamese

दर्शक: General

ढंग: Bible Stories & Teac

लक्ष्य: Evangelism; Teaching

बाइबिल का प्रमाण: Paraphrase

स्थिति: Approved

ये लेख अन्य भाषाओं में अनुवाद तथा रिकौर्डिंग करने के लिए बुनियादी दिशानिर्देश हैं। प्रत्येक भिन्न संस्कृति तथा भाषा के लिए प्रासंगिक बनाने के लिए आवश्यकतानुसार इन्हें अनुकूल बना लेना चाहिए। कुछ प्रयुक्त शब्दों तथा विचारों को या तो और स्पष्टिकरण की आवश्यकता होगी या उनके स्थान पर कुछ संशोधित शब्द प्रयोग करें या फिर उन्हें पूर्णतः हटा दें।

भाषा का पाठ

পুব্বতে, ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক কথা কৈছিল যাতে তেওঁলোকে লোকসমূহৰ আগত তাক প্ৰকাশ কৰিব পাৰে। কিন্তু ৪০০ বছৰলৈকে তেওঁ কথা কোৱা নাছিল। এদিনাখন পুৰুহিত জখৰীয়াৰ ওচৰলৈ ঈশ্বৰৰ দূত এজন আহিল। জখৰীয়া আৰু তেওঁৰ ভাৰ্য্যা এলিজাবেথে ঈশ্বৰক ভক্তি কৰিছিল। তেওঁ লোক অতি বৃদ্ধ অৱস্থাত আছিল, আৰু তাইৰ তেতিয়ালৈকে কোনো সন্তান নাছিল ।

সেই দুতে জখৰীয়াক ক’লে, ‘‘ তোমাৰ ভাৰ্য্যা এলিজাবেথ এটা পুত্ৰ প্ৰসৱ কৰিব, তুমি তেওঁৰ নাম যোহন থবা। ঈশ্বৰে তেওঁক পবিত্ৰ আত্মাৰে পৰিপুণ কৰিব, আৰু যোহনে লোক সমূহক সেই মচিহক গ্ৰহন কৰিবলৈ প্ৰস্তুত হ’বলৈ ক’ব!’’ জখৰীয়াই উত্তৰ দি ক’লে, ‘‘ সন্তান লাভ কৰিনলৈ মই আৰু মোৰ ভাৰ্য্যা এতিয়া অতিশয় বৃদ্ধ অৱস্থা৷ আপুনি যে সঁচা কৈছে তাক মই কেনেকৈ জানিম ?’’

উত্তৰত দুতে তেওঁক ক’লে, ‘‘ মই ঈশ্বৰৰ পৰা তোমাক এই শুভ বাতৰি দিবলৈ আহিলো। কিয়নো তুমি মোক বিশ্বাস কৰা নাই , সেয়ে বাবে তোমাৰ সন্তান নোহোৱালৈকে তুমি বোবা গৈ থাকিবা।’’ তৎক্ষনাতে জখৰীয়াই কথা ক’ব নোৱাৰা হ’ল। তেতিয়া সেই দুত জখৰীয়াৰ ওচৰৰ পৰা গ’ল। তাৰ পিছত জখৰীয়া ঘৰলৈ আহিল আৰু তেওঁৰ ভাৰ্য্যক সন্তান সম্ভৱা দেখা পালে।

এলিজাবেথ যেতিয়া ছমাহ মানৰ সন্তান সম্ভৱা আছিল, সেই সময়ত সেই একে দুতে এলিজাবেথৰ ভনীয়েক মৰিয়মৰ আগত উপস্থিত হ’ল। তেওঁ এগৰাকী কুমাৰী আছিল আৰু তেওঁক যোচেফ নামৰ এগৰাকী পুৰুষলৈ বিৱাহৰ নিমিত্তে বাগদান কৰি ৰখা হৈছিল। দুতে তেওঁক ক’লে, ‘‘ তুমি গভৱতি হৈ এক পুত্ৰ প্ৰশৱ কৰিবা। তেওঁৰ নাম যীচু থবা। তেওঁ সব্বোপৰি ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ গোটেই জগতক অনন্ত কাললৈকে শাসন কৰিব।’’

মৰিয়মে দুতক উত্তৰ দি ক’লে, ‘‘ এইটো কেনেকৈ সম্ভৱ যিহেতু মই এগৰাকী কুমাৰী?” সেই দুতে তেওঁক বুজাই ক’লে, ‘‘ পবিত্ৰ আত্মাই ঈশ্বৰৰ শক্তিৰে সৈতে তোমাৰ ওপৰলৈ আহিব, সেয়েহে সেই সন্তান পবিত্ৰ হ’ব আৰু তেওঁ ঈশ্বৰৰ পুত্ৰ হ’ব।” দুতে কোৱা কথাত মৰিয়মে বিশ্বাস কৰিলে।

এইদৰে সকলো ঘটাৰ পিছত, মৰিয়মে এলিজাবেথৰ ওচৰলৈ গ’ল। যেতিয়াই মৰিয়মে এলিজাবেথক লগ পালে, তেতিয়া এলিজাবেথৰ গৰ্ভত থকা সন্তানে জপিয়াবলৈ আৰম্ভ কৰিলে। মহিলা কেইগৰাকিয়ে তেওঁলোকৰ জীৱনত ঈশ্বৰে কৰা আশীব্বাদবোৰক সোঁৱৰি আনন্দিত হ’ল। মৰিয়মে তিনি মাহলৈ এলিজাবেথৰ ওচৰলৈ গৈথাকিল, পাছত মৰিয়মে ঘৰলৈ উভিত আহিল।

তাৰ পিছত এলিজাবেথে এটি পু্ত্ৰ প্ৰশৱ কৰিলে। দুতে কোৱাৰ দৰেই জখৰীয়া আৰু এলিজাবেথে তেওঁৰ নাম যোহন থলে। তেতিয়াই ঈশ্বৰক কথা কবলৈ শক্তি পুণৰ ঘুৰাই দিলে। জখৰীয়াই তেতিয়া ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে ঈশ্বৰে তেওঁৰ লোক সকলক স্মৰণ কৰিলে! তুমি মোৰ পুত্ৰ এজন ঈশ্বৰৰ এজন মহান ভাৱবাদী হ’ব। তুমিয়ে লোক সকলক তেওঁলোকৰ পাপৰ ক্ষমা কেনেকৈ পাব তাক জনাবা।

संबंधित जानकारी

जीवन के वचन - जीआरएन के पास ऑडियो सुसमाचार सन्देश हज़ारों भाषाओं में उपलब्ध हैं जिनमें बाइबल पर आधारित उद्धार और मसीही जीवन की शिक्षाएँ हैं.

मुफ्त डाउनलोड - यहाँ आपको अनेक भाषाओं में जीआरएन के सभी मुख्य संदेशों के लेख,एवं उनसे संबंधित चित्र तथा अन्य सामग्री भी डाउनलोड के लिए मिल जाएंगे.

जीआरएन ऑडियो संग्रह - मसीही प्रचार और बुनियादी बाइबल शिक्षा संबंधित सामग्री लोगों की आवश्यकता तथा संसकृति के अनुरूप विभिन्न शैलियों तथा प्रारूपों में.

Copyright and Licensing - GRN shares it's audio, video and written scripts under Creative Commons

Choosing the right audio or video format - What audio and video file formats are available from GRN, and which one is best to use?